Kabita Aru Kabita
This volume is a collection of poems translated into Assamese from various languages, featuring renowned poets.
কিতাপখনত নিম্নিলিখিত কবিসকলৰ কবিতাৰ অনুবাদ সন্নিবিষ্ট কৰা হৈছে:
মেগি স্মিথ, অক্টাভিঅ’ পাজ, কুঁৱৰ নাৰায়ণ, মায়া এঞ্জেলোউ, অজ্ঞেযমহাদেৱী বৰ্মা, হৰিবংশ ৰায় বচ্চ, ৰাজেশ যোশী, সবিতা পাটিল, অনিল মিশ্ৰ, কেৰল এন ডাফী, ৱা দাও, ৱিষ্টন হিউ অ’ডেন, চি লেচুৱান, চেন গুইলিয়াং, হা জিন, আহ জিন, অশোক চক্ৰধৰ, নৰেশ সাক্সেনা, চিচিলিয়া টণ্টন, লী বাই, শক্তি চট্টোপাধ্যায়, তসলিমা নাসৰিন, জেন হাৰ্সফিল্ড, ইভান বোলেন্দ, পিংক ফ্লয়ড, লুইচ গ্লুক, জন ড’ন, লী হাও, হেমন্ত শেষ, এমিলি ডিকিনসন, ডন পেটাৰছন, স্তিং, ৰুডয়াৰ্ড কিপলিং, এন গ্ৰে, মেৰী অ’লিভাৰ, জীবনানন্দ দাশ, অশোক বাজপেয়ী, উইলিয়াম বাটলাৰ য়িট্চ, এলেন দুগান, আলফ্ৰেড লৰ্ড টেনিচন, আয়ান হেমিল্টন, ডেৰেক ৱালকট, এলিজাবেথ বিশ্বপ, যোশেফ ব্ৰডস্কি, পাবলো নেৰুদা, চাইমন আৰ্মিটেজ, এডগাৰ এলেন পো, চেজল মিলোজ, মোহন ৰাণা, নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, শঙ্খ ঘোষ, গীত চতুৰ্বেদী, আলফ্ৰেদ এডৱাৰ্ড হাউচমেন, মাইকেল ৰ’চেনবাৰ্গ, গিউ চেং, ফেডিৰিকো গাৰ্চিয়া লৰ্কা, সিলভিয়া প্লাথ, টিমোথী লিউ, চীঅ’ কিটাহাৰা, ৱাল্ট হুইটমেন, চাৰ্লছ বুকোওস্কি, এলিচিয়া অষ্ট্ৰাইকাৰ, ৰবাৰ্ট হেয়দেন, ড'নাল্ড হল, ৱাৰসান সায়াৰ, এলেনা ক্ৰয়টৰু-ৰীদ, মাইকেল দোনেঘী, কেনেথ পেটচেন, ডেনিয়েল দুৰাণ্ড, লী চাংয়ু, ডানেজ স্মিথ, হেনৰী ৱাডচৱৰ্থ লংফেলো।
ন়,